--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ চন্দ্ৰটো 'আটাইতকৈ বেছি বিচৰা গন্তব্যস্থান’ হিচাপে পৰিগণিত হৈছে। প্ৰথমে চন্দ্ৰযান-৩, তাৰ পিছত ৰাছিয়াৰ লুনা-২৫ আৰু ২০২৩ চনৰ বাবে আৰু চাৰিটা চন্দ্ৰ অভিযানৰ বাবে অগ্ৰসৰ হৈছে।

চন্দ্ৰ অন্বেষণৰ এই আগ্ৰহ জনসাধাৰণৰ মাজত আগৰে পৰা প্ৰচলিত। হায়দৰাবাদৰ সংখ্যাবিজ্ঞানী ৰাজীৱে ২০০৩ চনত চন্দ্ৰপৃষ্ঠৰ মাটিত টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত লয়।

ৰাজীৱ ডাঙৰীয়াই নিউয়ৰ্কস্থিত লুনাৰ ৰিপাব্লিক ছ’চাইটিৰ পৰা ৭,০০০ ₹ (১.৪০ ডলাৰ)ত পাঁচ একৰ প্লট ক্ৰয় কৰিছিল আৰু তেওঁক চন্দ্ৰ সম্পত্তিৰ বাবে প্ৰমাণপত্ৰ পঞ্জীয়নভুক্ত দাবী আৰু ডীড জাৰি কৰা হৈছে।

লুনাৰ ৰিপাব্লিক ছ’চাইটি হৈছে এক আন্তঃৰাষ্ট্ৰীয় পোষকতাকাৰী গোট যিয়ে চন্দ্ৰৰ ব্যক্তিগতকৰণ, অন্বেষণ, বসতি আৰু উন্নয়নৰ দিশত কাম কৰা বুলি দাবী কৰে।

হুইটফিল্ডৰ ইণ্টাৰনেশ্যনেল টেক পাৰ্ক বেংগালুৰু (আই টি পি বি)ৰ এটা আই টি কোম্পানীত কাম কৰা ললিত মহতাইও চন্দ্ৰপৃষ্ঠত মাটি ক্ৰয় কৰিছিল। ২০০৬ চনত মেহতাই ₹৩,০০০ টকা খৰচ কৰি চন্দ্ৰত দুবিঘা মাটি কিনিছিল- যিটো তেওঁ দাবী কৰে যে ই দীৰ্ঘম্যাদী ভৱিষ্যতৰ বিনিয়োগ।

প্ৰয়াত সুশান্ত সিং ৰাজপুত আৰু শ্বাহৰুখ খানৰ দৰে অভিনেতাৰো চন্দ্ৰত মাটি আছে বুলি কোৱা হয়। প্ৰয়াত অভিনেতাজনে মাটিখিনি ক্ৰয় কৰা বুলি কোৱা হৈছে যদিও শ্বাহৰুখে এজন অনুৰাগীৰ পৰা উপহাৰ হিচাপে লাভ কৰা বুলি কোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ