--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক'ভিড-১৯ সংক্ৰমণৰ ফলত বিশ্বৰ লাখ লাখ লোকৰ মৃত্যু হৈছে। বৰ্তমান বিশ্বৰ বেছিভাগ ঠাইতে কথাবোৰ স্বাভাৱিক যদিও ক’ভিড  প্ৰট’কল পালন নকৰাটো বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে। চীনত আকৌ এবাৰ বৃদ্ধি পালে কৰ’না আক্ৰান্তৰ সংখ্যা। প্ৰতিদিনে নতুনকৈ ক’ৰ’না আক্ৰান্ত ৰোগীয়ে চীনত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে। চীনৰ নেশ্যনেল হেল্থ ব্যুৰোৰ তথ্য অনুসৰি বুধবাৰে তাত ৩১,৪৫৪জন নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে। বৰ্তমান চীনে কৰ'না সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে লকডাউন, গণ পৰীক্ষণ আৰু যাতায়ত নিষেধাজ্ঞা জাৰি কৰিছে।

শূন্য ক'ভিড নীতি অতি কঠোৰ
সমগ্ৰ দেশতে চীনে কাৰ্যকৰী কৰিছে Zero Covid Policy। এই নীতিৰ অধীনত অতি সীমিত কৰ’না আক্ৰান্তৰ তথ্য পোৱাৰ সময়তো সমগ্ৰ চহৰখন বন্ধ কৰি ৰখা হয় আৰু কৰ’না আক্ৰান্ত লোকক কোৱাৰেণ্টাইন কৰা হয়। চীনৰ শাসকৰ এই নীতিৰ বিৰুদ্ধে সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি হৈছে। বহু ঠাইৰ পৰাও ওলাই আহিছে প্ৰতিবাদৰ খবৰ।

বেইজিঙত বৃদ্ধি পাইছে ৰোগী
চীনৰ ৰাজধানীতো প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’না আক্ৰান্ত। স্থানীয় প্ৰশাসনে ৰাইজক ঘৰতে থাকিবলৈ নিৰ্দেশ দিছে। ৰাজহুৱা ভৱনত প্ৰৱেশ কৰিবলৈ মানুহে ৪৮ ঘণ্টাৰ আগৰ কোভিড নেগেটিভ ৰিপৰ্ট দেখুৱাব লাগিব। বেইজিঙৰ উপৰিও দক্ষিণ চীনৰ গুৱাংঝু চহৰ আৰু দক্ষিণ-পশ্চিম চংকিং পৌৰসভাতো ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক