--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগন্তুক টি-২০ বিশ্বকাপৰ টিকট বিক্ৰী এতিয়াও আৰম্ভ হোৱা নাই। কিন্তু এতিয়াৰ পৰা আয়োজকসকলে টিকটৰ চাহিদাৰ সৈতে মোকাবিলা কৰিব লগা হৈছে আয়োজক। মাত্ৰ বিশেষ এখন মেচৰ বাবে মানুহৰ বিপুল আগ্ৰহ দেখি আচৰিত হৈছে আমেৰিকাৰ আয়োজকসকল।

টি-২০ বিশ্বকাপত ক্ৰিকেটপ্ৰেমীৰ আগ্ৰহ ভাৰত-পাকিস্তানৰ মেচক লৈ। অহা ৯ জুনত অনুষ্ঠিত হ’বলগীয়া এই খেলখনৰ টিকটৰ চাহিদা চম্ভালিব পৰা নাই আয়োজকসকলে। আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ দাবী, এতিয়া ষ্টেডিয়ামত দৰ্শকৰ সংখ্যা ২০০ গুণতকৈও অধিক টিকটৰ চাহিদা!

ভাৰত-পাকিস্তানৰ খেলখনৰ বাবে নিৰ্মাণ কৰা হৈছে নাছাউ কাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম। এই অস্থায়ী ষ্টেডিয়ামত ৩৪ হাজাৰ দৰ্শক থকাৰ কথা।

ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাই যৌথভাৱে আয়োজন কৰিব টি-২০ বিশ্বকাপ। এই প্ৰতিযোগিতাৰ ১৬খন মেচ আমেৰিকাত অনুষ্ঠিত হ’ব। এইবাৰ আমেৰিকাত এনে বৃহৎ পৰিসৰৰ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সেই দেশত ভাৰত আৰু পাকিস্তানৰ বহু লোক বাস কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক