--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলি আছে ভাৰত বনাম ইংলেণ্ডৰ টেষ্ট চিৰিজ। শেহতীয়াকৈ ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে দৰ্শনীয় চিৰিজ জয় সাব্যষ্ট কৰিছে। আহকচোন ভাৰতক সৰ্বাধিক টেষ্ট মেচত জয়ী কৰোৱা ওপৰত অধিনায়কসকলৰ বিষয়ে চকু ফুৰাওঁ। 

বিৰাট কোহলিয়ে অধিনায়ক হিচাপে ৬৮খন মেচ খেলিছে, ইয়াৰে ৪০খন মেচত জয়লাভ কৰিছে। এই তালিকাৰ দ্বিতীয় নাম মহেন্দ্ৰ সিং ধোনী, যিয়ে ৬০খন মেচত টিম ইণ্ডিয়াৰ অধিনায়কত্ব কৰিছিল আৰু তাৰ ভিতৰত টিম ইণ্ডিয়াই ২৭খন টেষ্টত জয়লাভ কৰি সফল হৈছিল।

এই তালিকাত তৃতীয় স্থানত আছে ভাৰতীয় দলৰ অধিনায়ক হিচাপে ৪৯ খন টেষ্ট মেচ খেলা সৌৰভ গাংগুলী আৰু তাৰ ভিতৰত টিম ইণ্ডিয়াই ২১ খন খেলত জয়লাভ কৰে।

এই পৰ্যন্ত ৰোহিত শৰ্মাই ভাৰতীয় দলটোক ৫খন টেষ্ট মেচত নেতৃত্ব দিছে, ইয়াৰে ভাৰতীয় দলটোৱে ৯খন মেচত জয়লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক