--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বগা চুলিৰ সমস্যাই মানুহক প্ৰায়ে অশান্তি দিয়ে। এনে পৰিস্থিতিত কফি আপোনাৰ বাবে অতি উপযোগী হ’ব পাৰে। কাৰণ চুলিৰ ৰং বৃদ্ধিত কফি ফলপ্ৰসূ। কফিয়ে চুলিত ৰং দিয়াই নহয় চুলিৰ জিলিকনিও বৃদ্ধি কৰে। কিন্তু প্ৰশ্ন হয় ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক।

 কফি কেনেকৈ ব্যৱহাৰ কৰিব?

কফিৰ পৰা একপ্ৰকাৰৰ ৰং প্ৰস্তুত কৰিব পাৰি। ইয়াৰ বাবে প্ৰথমে ২ চামুচ কফি পাউদাৰ লৈ তাত একাপ কণ্ডিচনাৰ মিলাই চুলিত লগাই লৈ ১ ঘণ্টা ৰাখি পাছত খালী পানীৰে ধুই পেলাব। দ্বিতীয়াটো হৈছে কফি এলোভেৰা মিহলাই চুলিত লগাই ১ ঘণ্টাৰ পাছত চুলিখিনি পানীৰে ধুব।

১. ধূসৰ চুলিৰ বাবে ফলপ্ৰসূ-

চুলিত কফি লগালে বহুতো উপকাৰ পোৱা যায়, তাৰ ভিতৰত এটা হ’ল ই চুলিত ৰং কৰাত সহায় কৰে। ইয়াৰ ফলত আপোনাৰ বগা চুলিত বাদামী ৰঙৰ দেখিবলৈ পোৱা যায়। ইয়াৰ ফলত আপোনাৰ চুলিখিনি প্ৰাকৃতিকভাৱে বাদামী দেখাৰ লগতে ইয়াক প্ৰয়োগ কৰাটোও অতি সহজ।

২. কফিয়ে চুলিৰ জিলিকনি বৃদ্ধি কৰে-

চুলিৰ জিলিকনি বৃদ্ধিত কফিয়ে সহায় কৰে। ই প্ৰথমে ভিতৰৰ পৰা চুলিলৈ জিলিকি আনে আৰু দ্বিতীয়তে ই চুলিৰ মূৰৰ ছালত কলাজেন বৃদ্ধি কৰে। ইয়াৰ ফলত আপোনাৰ চুলিৰ জিলিকনি বৃদ্ধি পায় আৰু আপোনাৰ চুলিবোৰ অধিক ধুনীয়া দেখা যায়। গতিকে যদি আপুনিও চিকচিকিয়া চুলি বিচাৰে তেন্তে আপুনি কফি ব্যৱহাৰ কৰিব পাৰে

৩. কফি কণ্ডিচনাৰ

চুলিৰ বাবে কফি এক উত্তম কণ্ডিচনাৰ। ই চুলিক ভিতৰৰ পৰা মইশ্ব’ৰাইজ কৰি তাত থকা প্ৰাকৃতিক আৰ্দ্ৰতা লক কৰি ৰাখে। ইয়াৰ বাবে চুলিৰ প্ৰাকৃতিক জিলিকনি ৰৈ যায় আৰু ভিতৰৰ পৰা চুলি সুস্থ হৈ থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস