--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে নিৰাপত্তাৰক্ষীৰ আৱেষ্টনিৰ মাজত নিশা এখন ৰেষ্টুৰেণ্টত উপস্থিত হয় ছলমান। ছলমানৰ পিন্ধনত ক’লা কাপোৰ। কিন্তু সকলোৰে চকু পৰিল তেওঁৰ চুটি চুলিখিনিলৈ৷  জল্পনা-কল্পনা আৰম্ভ হৈছে স্বাভাৱিকতে! ছালমানে কিয় এনেকৈ চুলিখিনি কাটিলে?

ছলমানক শেষবাৰৰ বাবে ২০০৩ চনৰ ‘তেৰে নাম’ ছবিত এনেদৰে দেখা গৈছিল। ৰাধে কেনেকৈ শেষত নিৰ্ঝাৰক উন্মাদ প্ৰেমত পৰে তাৰ কাহিনী বৰ্ণনা কৰা হৈছে ছবিখনত। ছলমানে ছবিখনত এজন মানসিক ৰোগীৰ চৰিত্ৰক সজীৱ কৰি তুলিলে। এটা সময়ত ছলমানৰ ছবি অহৰহ ফ্লপ হৈ আছিল। তাৰ পিছত এই ছবিখনেৰে ছলমানে ঘূৰি আহিল। গতিকে অভিনেতাজনৰ এই নতুন ৰূপটো দেখি বহুতে কৌতুহলী যে ভাইজানে ‘তেৰে নাম ২’ৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে নেকি?

যদিও এই বিষয়ত ছলমানে একো কোৱা নাই। এই মুহূৰ্তত তেওঁ কোনো বিশেষ ছবিৰ শ্বুটিং কৰা নাই। তেওঁ মাত্ৰ ‘টাইগাৰ ৩’ৰ শ্বুটিং শেষ কৰি আছে। ছেপ্টেম্বৰ মাহত মুক্তি পাব ছবিখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক