--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাখী সাৱন্ত,বলীউড জগতৰ এক অন্যতম বিতৰ্কিত নাম৷কিছু দিন পূৰ্বে ৰাখী সাৱন্তে প্ৰাক্তন স্বামী আদিল দুৰাণীক তেওঁৰ লগত অসৎ আচৰণ আৰু দু-ব্যৱহাৰ কৰাৰ অপৰাধত জেললৈ প্ৰেৰণ কৰে। এতিয়া আদিল জেলৰ পৰা ওলাই আহিছে আৰু বিভিন্ন মিডিয়া পৰ্টেলত সাক্ষাৎকাৰ দি আছে। এই সময়ছোৱাত আদিলে ৰাখী সন্দৰ্ভত বহু চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে।

বলীউড বাবলক দিয়া এক সাক্ষাৎকাৰত আদিল দুৰাণীয়ে ৰাখী সাৱন্তে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ যিকোনো কাম কৰা বুলি দাবী কৰে। তেওঁ প্ৰকাশ কৰে যে কেনেকৈ ৰাখীৰ মাতৃৰ মৃত্যু হৈছিল যদিও ৰাখীয়ে মাতৃৰ মৃতদেহ দেখা নাপালে।

আদিলে ক'লে, 'যিদিনা ৰাখীৰ মাকৰ মৃত্যু হৈছিল, মই বুজিবলৈ ধৰিলোঁ যে তাই কিমান ভাগি পৰিছে কাৰণ তাই মাকৰ মৃত্যুৰ দিনা  বিৰিয়ানী,চিলি চিকেন,মাটন বিৰিয়ানী আৰু চিংৰা কাবাব খাই আছিল।

আদিলে আৰু কয় যে যেতিয়া তেওঁ চিকিৎসালয়লৈ গৈছিল তেতিয়া তেওঁ খ্ৰীষ্টান ভাষাত শেষৰ ৰীতি-নীতি কেনেকৈ কৰিব লাগে নাজানিছিল।ৰাখীৰ প্ৰাক্তন স্বামীয়েও ৰাখীক মুছলমান ধৰ্মক ঠাট্টা কৰাৰ অভিযোগ উত্থাপন কৰে। আদিলে ক’লে যে তেওঁ কোনো নামাজ আগবঢ়োৱা নাছিল। ৰাখীয়ে কেৱল ভিডিঅ' বনাবলৈ নামাজ পঢ়াৰ অভিনয় কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ