--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু ঠাইত দৰা-কইনাৰ ডিঙিত ধনৰ মালা পিন্ধাৰ প্ৰথা আছে। নতুন দিল্লীৰ মায়াপুৰী নিবাসী ৰিজৱান খানকো তেওঁৰ কইনাৰ পৰিয়ালে একেধৰণৰ এডাল মালা পিন্ধি আদৰণি জনাইছিল।

নাচ-গান, চিঞৰ-বাখৰৰ মাজতে হঠাৎ এজন অচিনাক্ত যুৱকে  দৰাৰ ডিঙিৰ পৰা টকাৰ মালাখন কাঢ়ি লৈ ​​পলাই যায়। ঘটনাৰ চিচিটিভি ফুটেজ দেখি আৰক্ষীয়ে কিশোৰজনক খেদি খেদি আটক কৰে। বাকী হেৰুৱা ধনো তেওঁৰ পৰা উদ্ধাৰ কৰা হৈছে।

আৰক্ষীৰ মতে, মালাডালত ৫০০ টকাৰ চাৰিশখন নোট আছিল। মুঠ ২ লাখ টকা। কিন্তু দৰাৰ ডিঙিৰ পৰা পইচা লৈ পলাই থাকোঁতে কিছু টকা ইফালে সিফালে সিঁচৰতি হৈ পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক