--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা বি চি চি আইৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। সৌৰভৰ নিৰাপত্তা Y পৰ্যায়ৰ নিৰাপত্তাৰ পৰা Z পৰ্যায়লৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে নিৰাপত্তাৰ সন্দৰ্ভত গাংগুলীৰ পক্ষৰ পৰা কোনো দাবী উত্থাপন হোৱা নাছিল। বি চি চি আইৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ পূৰ্বতে আছিল Y পৰ্যায়ৰ নিৰাপত্তা।

পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰে দাদাৰ নিৰাপত্তা উন্নীত কৰাৰ সিদ্ধান্ত লৈছে। এতিয়া গাংগুলীৰ নিৰাপত্তাৰ অধীনত নিয়োগ কৰা হ’ব ৮ৰ পৰা ১০জন আৰক্ষী। ৪ৰ পৰা ৬জনলৈকে কামাণ্ডো, ৩গৰাকী ব্যক্তিগত নিৰাপত্তাৰক্ষীসহ বুলেটপ্ৰুফ বাহন আদি অন্যান্য সা-সুবিধা। অৱশ্যে ইয়াৰ পূৰ্বে দাদাৰ নিৰাপত্তাৰ অধীনত তিনিজন আৰক্ষীক নিয়োগ কৰা হৈছিল।

বুধবাৰে পশ্চিম বংগ চৰকাৰে পূৰ্বৰ পৰ্যায়ৰ নিৰাপত্তা উন্নীত কৰি ক্ৰিকেটাৰগৰাকীক Z পৰ্যায়ৰ নিৰাপত্তা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্য গাংগুলীৰ নিৰপত্তাৰ প্ৰতি কোনো ভাবুকি অহা নাই যদিও পশ্চিমবংগ চৰকােৰ তেওঁক Z পৰ্যায়ৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।






















FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে