--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিউজিলেণ্ডত ড্ৰাগছ ব্যৱসায়ৰ অভিযোগত নিউজিলেণ্ডত ৰখা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাৰীৰ সম্পৰ্কীয় ভতিজাকক৷নিউজিলেণ্ডৰ অকলেণ্ডৰ আৰক্ষীয়ে মানুকাউৰ স্থানীয় সম্পত্তিত অভিযান চলাই ড্ৰাগছ ৰেকেট ধ্বংস কৰে আৰু তাৰ পিছত বিয়েৰৰ কেনত লুকুৱাই থোৱা যথেষ্ট পৰিমাণৰ মেথামফেটামাইন উদ্ধাৰ কৰে।

আৰক্ষীক তদন্তৰ নিৰ্দেশ দিয়াৰ পিছতে বালতেজ সিঙক গ্ৰেপ্তাৰ কৰে।বালতেজ সিং, ৩১ অক্টোবৰৰ পুৱা বীন্ত সিঙৰ সৈতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক হত্যা কৰা সতৱন্ত সিঙৰ ভতিজা।এই যুটিয়ে পইণ্ট ব্লেংক ৰেঞ্জত অটোমেটিক বন্দুক আৰু পিষ্টলৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ১৬ বাৰ গুলীচালনা কৰি হত্যা কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ