--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিয়ে এখন অটোৰিক্সাক। মধ্যপ্ৰদেশৰ চিত্ৰকূটত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। 

তীব্ৰবেগী ডাম্পাৰ আৰু অটোৰিক্সা মুখামুখি সংঘৰ্ষত অটোত থকা ৫ জন লোকৰ থিতাতে মৃত্যু হয়। আন তিনিজন আহত লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। 

আহত কেইজনক ততাতৈয়াকৈ প্ৰয়াগৰাজৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আনহাতে মৃত কেইজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

ঝান্সী মিৰ্জাপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত শোকাৱহ দুৰ্ঘটনাটি সংঘটিত হয়৷

এই ঘটনাত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ