--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিজ হৈছে অপ্ৰত্যাৱৰ্তনীয় ৰোগ যিটো তেজত ছুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণহীনভাৱে উচ্চ হোৱাৰ ফলত হয়। এই ৰোগৰ অধিকাংশ ৰোগী ভাৰতৰ। ভাৰতক ডায়েবেটিজৰ ৰাজধানী বুলি কোৱা হয়। ডায়েবেটিছ দুই প্ৰকাৰৰ (Type 1 আৰু Type 2)। টাইপ ১ ডায়েবেটিছ হৈছে অটোইম্যুন ৰোগ, য’ত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই অগ্নাশয়ৰ ইনচুলিন উৎপাদনকাৰী কোষবোৰক আক্ৰমণ কৰি ধ্বংস কৰে। টাইপ ২ ডায়েবেটিছ হ’ল এনে এক অৱস্থা য’ত শৰীৰে উৎপাদিত ইনচুলিনৰ প্ৰতিৰোধী হৈ পৰে বা ইনচুলিনে তেজত চেনিৰ মাত্ৰা ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰিব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ ইনচুলিন উৎপাদন নকৰে।

ডায়েবেটিজ হ’লে শৰীৰত বহুতো লক্ষণ দেখা যায়। ইয়াৰে এটা হ’ল চকু। ডায়েবেটিজে চকুত বহু প্ৰভাৱ পেলাব পাৰে আৰু অনিয়ন্ত্ৰিত হ’লে দৃষ্টিশক্তি হেৰুৱাব পাৰে। চকুৰ জৰিয়তে ডায়েবেটিজৰ লক্ষণ কেনেকৈ পোৱা যায় জানো আহক।


ডায়েবেটিজৰ লক্ষণ

দৃষ্টিশক্তি অস্পষ্ট হোৱা বা সকলোবোৰ অধিক ম্লান হোৱা দেখা
সঘনাই দৃষ্টিশক্তি সলনি হোৱা
দৃষ্টিশক্তিৰ অক্ষমতা
ৰং বুজিব বা চিনিব নোৱাৰা
পোহৰৰ জিলিকনিয়ে আমনি কৰা
চকুৰ কোণত অস্বস্তি

ডায়েবেটিজ ৰোগীৰ চকু কেনেকৈ ৰক্ষা কৰিব পাৰি

তেজৰ ছুগাৰৰ মাত্ৰা সদায় নিয়ন্ত্ৰণত ৰাখক
সঘনাই চকুৰ পৰীক্ষা কৰক
দৃষ্টিশক্তিৰ কিবা পৰিৱৰ্তন হ’লে চিকিৎসকৰ ওচৰলৈ যাওক
উচ্চ ৰক্তচাপ, কলেষ্টেৰল আদি সমস্যা নিয়ন্ত্ৰণ কৰক
ভালদৰে খাব লাগে আৰু দৈনিক ব্যায়াম কৰিব লাগে









FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ