--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে উচ্চ ৰক্তচাপ, ডায়েবেটিছৰ দৰে ৰোগবোৰ অতি সাধাৰণ হৈ পৰিছে। কেৱল এয়াই নহয়, মানুহে কম বয়সতে এই ৰোগৰ চিকাৰ হৈছে। ডায়েবেটিছ এক বিপদজনক ৰোগ। ই এক নীৰৱ হত্যাকাৰী ৰোগ। একে সময়তে বহু লোকৰ ব্লাড চুগাৰ লেভেল ইমানেই বেছি হৈ পৰে যে তেওঁলোকক চিকিৎসালয়তো ভৰ্তি কৰিব লগা হয়। যদি আপুনি ডায়েবেটিছ ৰোগী হয় তেন্তে ব্লাড ছুগাৰৰ পৰিমাণ সদায় নিয়ন্ত্ৰণত ৰাখিব লাগে। কোনবোৰ উপায়েৰে তেজৰ ছুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰি জানি লওক

১) কেমোমিল চাহঃ ৰাতি শোৱাৰ আগতে ডায়েবেটিছ ৰোগীৰ বাবে কেমোমিল চাহ অতি উপকাৰী। এই চাহ প্ৰবল এষ্ট্ৰিঞ্জেণ্টৰ বাবে জনাজাত। ইয়াৰ এণ্টি-ইনফ্লেমেটৰী গুণো আছে, যিয়ে তেজৰ ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত অতি সহায়ক।

২) আলমণ্ড পানীত তিয়াই থবঃ আলমণ্ড হৈছে পুষ্টিকৰ উপাদানৰ ভঁৰাল। যদি আপুনি ডায়েবেটিছ ৰোগী, তেন্তে আলমণ্ড আপোনাৰ বাবে অতি উপকাৰী। ইয়াক সেৱন কৰিবলৈ এদিন আগতে আলমণ্ড পানীত তিয়াই থব। পিছদিনা ৰাতি শোৱাৰ আগতে এই আলমণ্ডবোৰ খাব লাগে। এনে কৰিলে আপুনি ভাল টোপনি লাভ কৰিব আৰু ডায়েবেটিছ ৰোগীৰ বাবে ই অতি উপকাৰী। সেইবাবেই আপুনি ইয়াক গ্ৰহণ কৰিব পাৰে।

৩) তিয়াই থোৱা মেথিঃ মেথিৰ গুটি বহুতো গুণেৰে ভৰপূৰ।যদি আপুনি তেজৰ চেনি নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে ৰাতি শোৱাৰ আগত মেথি গুটি  তিয়াই থব। পাছদিনা পুৱা ইয়াক সেৱন কৰিলে আপোনাৰ তেজৰ ছুগাৰ নিয়ন্ত্ৰণত থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু