--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'পাঠান' চলচ্চিত্ৰখনৰ প্ৰথম গান 'বেচাৰাম ৰং' মুক্তি পোৱাৰ পিছৰে পৰা যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে।  দীপিকাৰ গেৰুৱা বিকিনিয়ে দেশৰ হিন্দুত্ববাদী নেতাসকলক ক্ষোভিত কৰি তুলিছে। কিন্তু মৌন হৈ আছিল অভিনেত্ৰী দীপিকা। অৱশেষত অভিনেত্ৰীগৰাকীয়ে তেওঁ পিন্ধা গেৰুৱা বিকিনিৰ বিষয়ে মন্তব্য প্ৰকাশ কৰিছে।

যশ ৰাজ ফিল্মছৰ ইউটিউব চেনেলত এটা ভিডিঅ' পোষ্ট কৰা হৈছে। দীপিকাক ভিডিঅ'টোত দেখা গৈছে। তাত দীপিকাক তাইৰ বিকিনিৰ বিষয়ে সোধা হৈছিল।

উল্লেখ্য যে 'বেচাৰাম ৰং' গানটো স্পেইনত দৃশ্যগ্ৰহণ কৰা হৈছে। দৃশ্যটো সাগৰৰ পাৰত কৰা লোৱা হৈছিল। অভিনেত্ৰীগৰাকীয়ে কয়- "গানটো চাই এনেকুৱা লাগিছে যেন এটা মনোৰম দিনত ইয়াৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। কিন্তু সেয়া একেবাৰে নহয়। তীব্ৰ বতাহ, প্ৰচণ্ড ঠাণ্ডাৰ বাবে বিকিনি পিন্ধি দৃশ্যগ্ৰহণ কৰাটো যথেষ্ট কঠিন আছিল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক