--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেখিবলৈ বাদুলীৰ দৰে, কিন্তু বাদুলী নহয়।এনে এবিধ প্ৰাণীৰেই সন্ধান লাভ কৰিছে   বিজ্ঞানীসকলে । আচৰিত প্ৰাণী বিধৰ প্ৰধান বৈশিষ্ট্য হ’ল ইয়াৰ এনে শৰীৰত অণ্ডকোষ আৰু ডিম্বাশয় একেলগে আছে। 

সাগৰৰ গভীৰ অংশত  বিভিন্ন ধৰণৰ অভিযান নিৰন্তৰ চলি আছে। কিন্তু বিজ্ঞানীসকলে আগতে কেতিয়াও এনে অদ্ভুত প্ৰাণী দেখা নাছিল। দৰাচলতে সাগৰৰ তলিত প্ৰাণীৰ এক আশ্চৰ্যকৰ পৃথিৱী আছে। তাত বহু প্ৰকাৰৰ প্ৰাণীয়ে  বাস কৰে।

সাগৰত বাস কৰা তেনে প্ৰণীসমূহৰ বহুতকেই এতিয়াও চিনাক্ত কৰিব ৰা হোৱা নাই।শেহতীয়াকৈ বিজ্ঞানীসকলে সন্ধান লাভ কৰা প্ৰাণী বিধো তেনে চিনাক্ত নোহোৱা প্ৰাণীৰ ভিতৰৰেই এটা বুলি ভবা হৈছে।

শেহতীয়াকৈভিক্টোৰিয়া গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে ভাৰত মহাসাগৰৰ তলিত এনে ধৰণৰ প্ৰাণী বিচাৰি পাইছে ।এই প্ৰাণীবিধৰ  তীক্ষ্ণ দাঁত আছে।জেলিফিছৰ দৰে স্বচ্ছ শৰীৰ, বাদুলীৰ দৰে দেখাত , তৰোৱালৰ দৰে ফান, তেজপিয়াৰ দৰে দৰে দীঘল নেজ,  মূৰৰ এফালে চকু থকা প্ৰাণী বিধৰ  আটাইতকৈ আশ্চৰ্যজনক কথাটো হ'ল এয়ে  যে এই জীৱটোৰ শৰীৰত অণ্ডকোষ আৰু ডিম্বাশয় দুয়োটাই আছে। 

অৰ্থাৎ এই প্ৰাণীবিধ উভয়লিংগৰ। বিজ্ঞানীসকলে সেয়ে প্ৰাণীবিধ দেখি  আচৰিত হৈছে।প্ৰাণীবিধৰ নাম এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক