--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সৰু পৰ্দাৰ বিখ্যাত অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য ব্যক্তিগত জীৱনৰ বাবে আজিকালি শিৰোনাম দখল কৰিছে।শেহতীয়াকৈ তেওঁৰ জিম প্ৰশিক্ষক শ্বাহনৱাজ শ্বেখৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। চচিয়েল মিডিয়াত বিয়াৰ ফটো শ্বেয়াৰ কৰি তেওঁ হঠাতে সকলোকে আচৰিত কৰি তুলিলে। এই ছবিবোৰ সন্মুখলৈ অহাৰ লগে লগে তেওঁ বহুত অভিনন্দন পাইছে। বহুতে অভিনেত্ৰীগৰাকীক ট্ৰ’ল কৰাৰ চেষ্টাও কৰিছে। একে সময়তে প্ৰতিবাৰৰ দৰেই এইবাৰো অভিনেত্ৰীগৰাকীয়ে এই ট্ৰ’লসকলক উপযুক্ত উত্তৰ দিছে।

বিয়াৰ পাছত অতি সোনকালেই ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ পৰিছে দেৱলিনা ভট্টাচাৰ্য। তেওঁৰ বিবাহ আৰু বিয়াৰ আগৰ অনুষ্ঠানৰ বহু ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে। একে সময়তে স্বামীৰ নাম জানি বহু লোকে অভিনেত্ৰীগৰাকীক ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিছে। আনকি অভিনেত্ৰীগৰাকীৰ বিয়াক লাভ জেহাদ বুলিও অভিহিত কৰিছে মানুহে। ট্ৰলবোৰ ইয়াতেই থমকি ৰোৱা নাছিল, বহুতে সন্তানক লৈয়ো অশ্লীল মন্তব্য আৰম্ভ কৰিছে।একে সময়তে এতিয়া দেৱলীনাই এনে ট্ৰ’লৰ উত্তৰ দিবলৈ আৰম্ভ কৰিছে। এটা এটাকৈ এই ট্ৰ’লৰ পোষ্ট ৰিটুইট কৰি উত্তৰ দিছে দেৱলীনাই

তেনে এটা টুইটৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে লিখিছে- ‘মোৰ সন্তান হিন্দু হ’ব নে মুছলমান, আপুনি কোন? আৰু ইমানেই যেতিয়া ল’ৰা-ছোৱালীক লৈ চিন্তিত হৈছে তেন্তে অনাথ আশ্ৰম বহুত আছে, যোৱা সন্তান এডপট কৰা আৰু নিজৰ মতে ধৰ্ম আৰু নাম নিৰ্ণয় কৰা। মোৰ স্বামী, মোৰ সন্তান, মোৰ ধৰ্ম, মোৰ নিয়ম। কোন তুমি?'। এনে বহু ঘৃণামূলক মন্তব্যৰ উত্তৰ দিছে দেৱোৱে। তেওঁ বিবাহক লৈ ট্ৰ’লৰ অশ্লীল মন্তব্যক অশান্তি বিয়পাই দিয়া বিষাক্ত মানুহ বুলি অভিহিত কৰিছে। এফালে বহু লোকে দেৱোৰ এই সিদ্ধান্তক লৈ অতিশয় খং উঠাৰ বিপৰীতে আনফালে বহু লোকে দেৱোক সমৰ্থন কৰা দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক