--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটী দবা একাডেমীয়ে ২২ জানুৱাৰী, ২০২৩  তাৰিখে ৰাধা গোবিন্দ বৰুৱা পথত অৱস্থিত একাডেমি চৌহদত দেওবৰীয়া ৰেপিড দবা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতা খন ছুইছ লীগ পদ্ধতিত ৬ ৰাউণ্ডৰ বাবে অনুষ্ঠিত হব। 

প্ৰথম পাঁচটা স্থান অধিকাৰ কৰা খেলুৱৈ সকলক নগদ ধন আৰু ট্ৰফী প্ৰদান কৰা হব। অনুৰ্দ্ধ ৭ বছৰ, অনুৰ্দ্ধ ৯ বছৰ,  অনুৰ্দ্ধ ১১ বছৰ, অনুৰ্দ্ধ ১৩ বছৰ আৰু অনুৰ্দ্ধ ১৫ বছৰ শাখাৰ প্ৰথম তিনিটা স্থান অধিকাৰ কৰা খেলুৱৈ সকলক মেডেল প্ৰদান কৰা হব। ইয়াৰ উপৰি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ছোৱালী খেলুৱৈক  ট্ৰফী প্ৰদান কৰা হব।

প্ৰতিযোগিতা খন ২২ জানুৱাৰীৰ  পুৱা ১০ বজাত আৰম্ভ হব আৰু সেই দিনাই আবেলি ৪ বজাত বটাঁ বিতৰণী অনুষ্ঠিত হব।প্ৰতিযোগিতাখনত সৰ্বাধিক ৪০ জন প্ৰতিযোগীয়ে ভাগ লব পাৰিব।  ইচ্ছুক প্ৰতিযোগী সকলে যোগদানৰ বাবে গুৱাহাটী দবা একাডেমিৰ মুখ্য প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথৰ লগত যোগাযোগ কৰিব পাৰে।যোগাযোগৰ ফোন নম্বৰ  84020 20073৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক