--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমবাসীৰ বাবে এক সুখবৰ৷ ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ অহা ২৭ জানুৱাৰিত ৰাঁচীত অনুষ্ঠিত হ’ব৷ 

এই অতি গুৰুত্বপূৰ্ণ মেচখনৰ বাবে অসম ক্ৰিকেট সন্থাই অসমৰ ক্ৰীড়া সংগঠক তথা   অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপ-সভাপতি আৰু বৰ্তমানৰ গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি পৰীক্ষিত দত্তক বি চি চি আইৰ মেচ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে বুলি জানিব পৰা গৈছে৷ 

উল্লেখ্য  পৰীক্ষিত দত্তই গুৱাহাটীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ পৰিচালনাৰ ক্ষেত্ৰতো দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল৷ অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি পদত থকাৰ সময়ত তেওঁ ৰাজ্যৰ ক্ৰিকেট  ক্ষেত্ৰ খনৰ উন্নয়নৰ বাবে বহু শলাগিবলগীয়া কাম কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক