--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেওবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গৃহৰাজ্য গুজৰাটৰ বেট দ্বাৰকা মন্দিৰত বিশেষ প্ৰাৰ্থনা কৰা দেখা গ’ল৷ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে Okha mainlandক বেইট দ্বাৰকা দ্বীপৰ সৈতে সংযোগ কৰা সুদৰ্শন সেতুৰ উদ্ঘাটন কৰে৷ 

মোদীয়ে উদ্ঘাটন কৰা সুদৰ্শন সেতুখনত ভাগৱতৰ শ্লোক আৰু শ্ৰীকৃষ্ণৰ চিত্ৰৰে বিশেষভাৱে সজাই তোলা পদপথ আছে। সুদৰ্শন সেতুত স্থাপন কৰা হৈছে সৌৰ পেনেলো৷ এই ছ’লাৰ পেনেলৰ আছে এক মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ ক্ষমতা৷

প্ৰায় ৯৮০ কোটি টকা ব্যয়সাপেক্ষে ২.৩২ কিলোমিটাৰ দৈৰ্ঘৰ দেশৰ ভিতৰতে সৰ্বাধিক দীঘল কেবল ষ্টেইড সুদৰ্শন সেতুখন নিৰ্মাণ কৰা হৈছে।

ওখা বন্দৰৰ ওচৰত অৱস্থিত বেইট দ্বাৰকা হৈছে দ্বাৰকা চহৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত থকা এটা দ্বীপ, য’ত শ্ৰীকৃষ্ণৰ বাবে উৎসৰ্গিত দ্বাৰকাধীশ মন্দিৰ অৱস্থিত৷ গতিকে এতিয়াৰে পৰা ভক্তসকলৰ বাবে দ্বাৰকাধীশ মন্দিৰ দৰ্শন কৰা সহজ হৈ পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ