--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতৰ পৰা পোনপ্ৰথমবাৰৰ বাবে ব্যক্তিগত খণ্ডৰ মহাকাশযান প্ৰেৰণ কৰিব হায়দৰাবাদৰ স্কাইৰুট এৰ’স্পেচে। দ্যা প্ৰাৰম্ভ মিছন নামেৰে চলোৱা এই প্ৰকল্পটোৱে নৱেম্বৰৰ দ্বিতীয় সপ্তাহতে এখনি ৰকেট মহাকাশলৈ প্ৰেৰণ কৰিব।

বিক্ৰম-এছ নামৰ এই ৰকেটখন ভাৰতৰ ব্যক্তিগত খণ্ডৰ দ্বাৰা নিৰ্মিত প্ৰথমখন মহাকাশযান হিচাপে পৰিগণিত হৈছে।

ইয়াৰ আগলৈকে দেশৰ মহাকাশযানসমূহ চৰকাৰী সংস্থা ইছৰোৱে প্ৰেৰণ কৰি আছিল। এতিয়া ব্যক্তিগত প্ৰতিষ্ঠানটোৱে মহাকাশযান প্ৰেৰণ কৰাটো ঐতিহাসিক হিচাপে বিবেচিত হৈছে।

বৰ্তমানলৈকে প্ৰতিষ্ঠানটোৱে মহাকাশযান প্ৰেৰণৰ তাৰিখ বিতংভাৱে জনোৱা নাই। কিন্তু প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ হৈছে।

শ্ৰীহাৰিকটা নামৰ এটা দ্বীপত অৱস্থিত সতীশ ধাৱান স্পেচ চেণ্টাৰৰ পৰা এই যানখন প্ৰেৰণ কৰা হ’ব। প্ৰকল্পটোক লৈ বাংগালুৰুৰ প্ৰতিষ্ঠানটো উৎসাহিত হৈ পৰা তেওঁলোকে জনাইছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক