--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বৰ্তমান নৱীকৰণযোগ্য শক্তি ব্যৱহাৰৰ ওপৰত সকলোৱে গুৰুত্ব আৰোপ কৰা দেখা গৈছে৷ অৱশ্যে বাস্তৱ ক্ষেত্ৰত বহু কম অনুষ্ঠানহে এই ক্ষেত্ৰত সফল হৈছে৷ ইয়াৰ মাজতে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে৷ এই বিমান বন্দৰটো হৈছে  (চিএছএমআইএ) হৈছে এক হাইব্ৰিড শক্তি প্ৰযুক্তি মুকলি কৰা প্ৰথম ভাৰতীয় বিমানবন্দৰ যি এই এপ্ৰিলৰ পৰা কেৱল সেউজ শক্তিৰ ওপৰত চলি আছে৷ এই পদক্ষেপবোৰৰ লক্ষ্য হৈছে পাৰিপাৰ্শ্বিক, সামাজিক আৰু অৰ্থনৈতিক গাঁথনিত স্থিৰতা বৰ্তাই ৰখা৷ 

চি.এছ.এম.আই.এ.-য়ে আৰম্ভণিতে ১.০৬  মেগাৱাট ৰূফটপ সৌৰ শক্তি প্ৰকল্প স্থাপন কৰিছিল, যাক অৱশেষত ৪.৬৬ মেগাৱাটলৈ শক্তিশালী কৰা হৈছিল। ই ২০২৯ চনৰ ভিতৰত নেট জিৰো কাৰ্বন নিৰ্গমন লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে এটা ৰোডমেপও প্ৰস্তুত কৰিছে।

বিমানবন্দৰ আৰু ৰেল ষ্টেচনবোৰ দেশৰ কিছুমান বৃহৎ বিদ্যুৎ উপভোক্তা। আন্তৰ্জাতিক বিমানবন্দৰবোৰে ঘৰুৱা বিমানবন্দৰৰ তুলনাত অধিক বিদ্যুৎ ব্যৱহাৰ কৰে কিয়নো বেছিভাগ সেৱা আৰু ব্যৱসায় ২৪ ঘণ্টাৰ বাবে সক্ৰিয় হৈ থাকে। আৰু যিহেতু মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ দেশৰ অন্যতম বৃহৎ বিমানবন্দৰ, ইয়াক কাম কৰিবলৈ যথেষ্ট বিদ্যুতৰ প্ৰয়োজন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক