--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি নিৰ্বাচনৰ দিন ঘোষণা কৰিলে ভাৰতৰ নিৰ্বাচন আয়োগে৷ লগে লগে দেশজুৰি কাৰ্যকৰী হ’ল নিৰ্বাচনী আচৰণ বিধি৷ মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ সাংবিধানিক অধিকাৰৰ অধীনত নিৰ্বাচনী আচৰণ বিধি বলবৎ কৰা হয়৷ আচৰণ বিধিৰ উদ্দেশ্য হৈছে সকলোৰে বাবে সম-সুযোগ সৃষ্টি কৰা৷

আচৰণ বিধি কাৰ্যকৰী হোৱাৰ পাছত এতিয়া কি কি পৰিৱৰ্তন হ’ব?

- চৰকাৰী আঁচনি ঘোষণা বা আধাৰশিলা স্থাপনত নিষেধাজ্ঞা

- চৰকাৰী বিষয়াৰ বাহিৰে আন কোনেও আধাৰশিলা স্থাপন কৰিব নোৱাৰে 

- প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত সকলো বিষয়া/কৰ্মচাৰীৰ বদলিত নিষেধাজ্ঞা

- নিৰ্বাচন আয়োগৰ অনুমতি সাপেক্ষেহে বিষয়াৰ বদলি হ’ব 

- দলৰ সাফল্যৰ বিজ্ঞাপন চৰকাৰী খৰছত দিব নোৱাৰিব

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক