--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঘোষণা কৰা হ’ল লোকসভা নিৰ্বাচনৰ দিন৷ অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাতন৷ ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়, ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায় আৰু ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ 

অসমত নিৰ্বাচনী সূচীৰ সবিশেষ এনেধৰণৰ:

প্ৰথম পৰ্যায়ৰ নিৰ্বাচন
মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ২৭ মাৰ্চ৷ মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব ২৮ মাৰ্চত৷ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ৩০ মাৰ্চ৷
ভোটগ্ৰহণৰ তাৰিখঃ ১৯ এপ্ৰিল


দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন
মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ৪ এপ্ৰিল৷ মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব ৫ এপ্ৰিলত৷ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৮এপ্ৰিল৷
ভোটগ্ৰহণৰ তাৰিখ ২৬ এপ্ৰিল


তৃতীয় পৰ্যায়ৰ নিৰ্বাচন
মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ১৯ এপ্ৰিল৷ মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব ২০ এপ্ৰিলত৷ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ২২ এপ্ৰিল৷
ভোটগ্ৰহণৰ তাৰিখ ৭ মে’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক