--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে নাগৰিকত্ব সংশোধনী আইন (CAA) ২০১৯ ৰূপায়ণৰ বাবে প্ৰয়োজনীয় নিয়মাৱলী অৱগত কৰে। হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী, খ্ৰীষ্টানকে ধৰি ছটা ধৰ্মৰ অন্তৰ্গত পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা নিৰ্যাতিত সংখ্যালঘুসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ লক্ষ্য CAA '১৯ ৰ। ইফালে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাৰ ঐতিহাসিক সিদ্ধান্তৰ পাছত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এটা ৱেব পৰ্টেলো মুকলি কৰিছে, য’ত যোগ্য শৰণাৰ্থীসকলে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব।তথ্য অনুসৰি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে আবেদনকাৰীৰ সুবিধাৰ্থে এটা পৰ্টেল সাজু কৰিছে কিয়নো সমগ্ৰ প্ৰক্ৰিয়াটো অনলাইন হ’ব।

ইয়াৰ পূৰ্বে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই উল্লেখ কৰে যে চৰকাৰে নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ অধীনত নিয়মসমূহ অৱগত কৰিব৷এমএইচএৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে, ‘আবেদনসমূহ সম্পূৰ্ণ অনলাইন ম’ডত দাখিল কৰা হ’ব যাৰ বাবে ৱেব পৰ্টেল প্ৰদান কৰা হৈছে।’ উল্লেখ্য যে আবেদন অথবা  নথি অবিহনে ভাৰতত প্ৰৱেশ কৰা বছৰটো আবেদনকাৰীয়ে ঘোষণা কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী