--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ঘোষণা হ’ল 'কা'ৰ অধিসূচনা৷ সোমবাৰে কেন্দ্ৰই নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাৰ বিষয়ে অৱগত কৰাৰ কিছু মুহূৰ্তৰ পাছতে চৰকাৰৰ ই-গেজেট ৱেবছাইট অচল হৈ পৰে।

উল্লেখ্য যে, ই-গেজেট ৱেবছাইটত প্ৰকাশ পাব CAAৰ নিয়মাৱলী।ভাৰতৰ নিৰ্বাচন আয়োগে আগন্তুক '২৪ৰ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্বে চৰকাৰৰ এই অধিসূচনাৰ বিষয়ে চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে অনলাইন মোডত নাগৰিকত্বৰ বাবে আবেদন দাখিল কৰা হ’ব যাৰ বাবে ৱেব পৰ্টেলৰ ব্যৱস্থা কৰা হৈছে।২০১৯ চনৰ ১১ ডিচেম্বৰত সংসদে প্ৰণয়ন কৰা CAA ৰ লক্ষ্য হৈছে আফগানিস্তান, বাংলাদেশ, আৰু পাকিস্তানৰ পৰা অহা প্ৰব্ৰজনকাৰীসকল যিসকল হিন্দু, শিখ, জৈন, পাৰ্চী, বৌদ্ধ, আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ আৰু যিসকল গৃহ দেশত ধৰ্মীয় নিৰ্যাতনৰ সন্মুখীন হোৱাৰ বাবে ২০১৪ চনৰ ৩১ ডিচেম্বৰ বা তাৰ আগতে ভাৰতত প্ৰৱেশ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ