--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষত পুনৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ৰণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা৷শুক্ৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা প্ৰদান কৰা তথ্য অনুসৰি ভাৰতত ৪৪০ টা নতুন কৰ’ণা ভাইৰাছ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে।

 ভাৰতত কালিলৈকে পোৱা তথ্য অনুসৰি সক্ৰিয় ঘটনা বৰ্তমান ৩২৯৪টা লৈ বৃদ্ধি হৈছে।আজি পুৱা ৮ বজালৈকে পোৱা তথ্য অনুসৰি ৰাজস্থানৰ পৰা এটা, কৰ্ণাটকৰ পৰা এটা আৰু কেৰালাৰ পৰা এটা মৃত্যুৰ খবৰ পোৱা গৈছে আৰু ইয়াৰ সৈতে কভিড ১৯ত মৃত্যুৰ সংখ্যা  ৫,৩০,৭৭৯ জনলৈ বৃদ্ধি পাইছে।আৰু বৰ্তমানলৈকে ভাৰতত হোৱা মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ৪,৪৬,৮৯,৫১২টা বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে৷

তদুপৰি দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ক’ভিড-১৯ৰ সুস্থ হোৱা ৰোগীৰ হাৰ ৯৮.৮০ শতাংশ৷মন্ত্ৰালয়ৰ ৱেবছাইটত পোৱা তথ্য অনুসৰি, দেশজুৰি চলোৱা টিকাকৰণ অভিযানৰ অধীনত দেশত এতিয়ালৈকে ২২০.৬৪ কোটি পালি ক’ভিড ভেকছিন প্ৰদান কৰা হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ