--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাৰাগাৰত বন্দী আম আদমী পাৰ্টিৰ নেতা মনীষ চিছোদিয়া আৰু সত্যেন্দ্ৰ জৈনে কাৰামুক্তি হোৱাৰ পাছত পুনৰ দিয়া হ’ব শিক্ষা আৰু স্বাস্থ্য বিভাগৰ দায়িত্ব৷ এই ঘোষণা দিল্লীৰ নতুন শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনাৰ৷ মাৰ্লেনাই কয়, স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী হিচাপে সত্যেন্দ্ৰ জৈন আৰু মনীষ চিছোদিয়াই দিল্লীত বিপ্লৱ সাধন কৰিছিল৷ ভগৱান ৰাম যেতিয়া নিৰ্বাসিত হৈছিল তেতিয়া তেওঁৰ ভাতৃ ভাৰতে ৰাজ্যখন চম্ভালিছিল৷ আমিও তেনেদৰেই কাম কৰিম৷

আতিশীয়ে লগতে কয়, যেতিয়া তেওঁলোক কাৰাগাৰৰ পৰা উভতি আহিব তেওঁলোকে তেওঁলোকৰ মন্ত্ৰণালয়ৰ দায়িত্ব ওভতাই ল’ব৷

ইফালে, যমুনা পৰিষ্কৰণ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীজনে কয়, আমি লেফটেনেণ্ট গৱৰ্ণৰৰ কাৰ্যালয়ৰ পৰা সহযোগিতা বিচাৰো। আমি বিচাৰো যে তেওঁ কামটো হ'বলৈ দিয়ক। তেওঁ আমাক বাধা দি আছিল কিন্তু আমি কাম কৰি আছিলোঁ। তেওঁলোকৰ ফালৰ পৰা সকলো বাধা ৰখা সত্বেও আমি আমাৰ কাম কৰি আছিলোঁ।

আনহাতে, কেন্দ্ৰই যিধৰণে দিল্লী চৰকাৰক আক্ৰমণ কৰি আছে, ইতিহাসত কেতিয়াও এনেধৰণৰ আক্ৰমণ হোৱা নাই বুলি তেওঁ উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ