--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ফাইনেলত নমাৰ পূৰ্বে দেউতাক লিঅ’নেল মেছিৰ প্ৰতি আৱেগিক চিঠি লিখিলে ডাঙৰ পুত্ৰ থিয়াগ’ মেছিয়ে। আৰ্জেণ্টিনাক তৃতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন কৰাবলৈ অনুৰোধ জনাইছে থিয়াগোৱে।

“আৰ্জেণ্টিনাৰ সকলো জনতাই কেৱল তোমাৰ ফালে চাই ৰৈ আছে। দেউতা, তুমিয়েই তেওঁলোকৰ আশা-ভৰসা।”- থিয়াগোৱে লিখে।

থিয়াগোৰ চিঠিৰ কথা প্ৰকাশ কৰিছে মেছিৰ পত্নীৰ আন্তোনেল্লাই। দেউতাকলৈ লিখা চিঠিত থিয়াগোৱে আৰ্জেণ্টিনাৰ এটা জনপ্ৰিয় তথা অনুপ্ৰেৰণামূলক গানৰ কথা উল্লেখ কৰিছে।


উল্লেখ্য যে বিশ্বকাপৰ আৰম্ভণিৰে পৰা তিনিওটি সন্তানক লৈ গেলেৰীত বহি খেল উপভোগ কৰিছে আন্তোনেল্লাই। স্বামী লিঅ’নেলৰ স’তে ভগাই লৈছে আনন্দ উল্লাস

উল্লেখ্য যে ১৯৭৮ আৰু ১৯৮৬ চনৰ পৰা বিশ্বকাপ জয় কৰিব পৰা নাই আৰ্জেণ্টিনাই। ১৯৯০ আৰু ২০১৪ চনত ফাইনেলত উঠিলেও পৰাজীত হয় ডিয়েগ’ মাৰাডোনাৰ দেশখন। এইবাৰ যাতে অলপো ভুল নহয়, তাৰবাবে অনুৰাগীসকলে বাট চাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক