--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি বহুতেই ধাতুৰে প্ৰস্তুত  কৰা সজোৱা সামগ্ৰী সজাই ৰাখি ভালপাওঁ। ধাতুৰে  মূৰ্তি, ফুল, জীৱ-জন্তুৰ প্রতিকৃতি আদি সদা হয়। সেইবোৰ দেখিবলৈ ধুনীয়া আৰু সেইবোৰ দেখিলে মানুহৰ মনো প্ৰসন্ন হৈ পৰে। কিন্তু এনে ধাতুৰে প্ৰস্তুত কৰা মূৰ্তি আদি কোঠাৰ সঠিক স্থানত সজাই নথলে অশান্তিৰো সৃষ্টি হ'ব পাৰে।

ধাতুৰে নির্মাণ কৰা মূর্তি আদি বিশেষ দিশত সজাই নাৰাখিলে ঘৰত অশান্তিৰ সৃষ্টি হোৱাৰ লগতে ৰোগ-ব্যাধি আদিৰো আধিক্য ঘটিব পাৰে। ফেংছুইৰ মতে এনেধৰণৰ ধাতুৰে সজা মূর্তিসমূহ ঘৰৰ পশ্চিম দিশত সজাব লাগে। 


কাৰণ পশ্চিম দিশৰ উপাদান হৈছে ধাতু। সেইবাবে সেই দিশত  ধাতুৰ মূৰ্তি আদি ৰাখিলে গৃহস্থৰ মংগল হয়। ধাতুৰে প্ৰস্তুত কৰা মূৰ্তি আদি ঘৰৰ যত ত'তে সিঁচৰতি কৰি ৰাখিব নালাগে। 


এনেদৰে যত ত'তে সিঁচৰতি কৰি ৰাখিলে বা পশ্চিমৰ সলনি আন দিশত ৰাখিলে ঘৰত অশান্তি হ'ব পাৰে। সেইবাবে ধাতুৰে প্ৰস্তুত কৰা মূর্তি-যন্ত্রপাতি আদি সদায় ঘৰৰ পশ্চিম দিশত ৰখাৰ বিধান দিছে ফেংছুয়ে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনা সামগ্ৰীত ভাৰতৰ নিৰ্ভৰশীলতা বৃদ্ধি; ভাৰতীয় ঔদ্যোগিক আমদানিৰ ৩০ শতাংশ সামগ্ৰী আহে চীনৰ পৰা
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?