--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলি আছে বিশ্বকাপ। কোনটো চাৰিটা দলে ছেমি ফাইনেলত খেলিব সেয়া এতিয়াও নিৰ্ণয় হোৱা নাই। কিন্তু ইয়াৰ মাজতে আন এক প্ৰতিদ্বন্দিতা আৰম্ভ হৈছে। চেম্পিয়নছ ট্ৰফীৰ বাবে যোগ্যতা অৰ্জনৰ বাবে যুঁজ। আফগানিস্তানে ইতিমধ্যে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত স্থান নিশ্চিত কৰি লৈছে।

সোমবাৰে শ্ৰীলংকা পৰাস্ত হোৱাৰ সময়তে আফগানিস্তানৰ চেম্পিয়নছ ট্ৰফী খেলখন নিশ্চিত হয়। বিশ্বকাপৰ মাজত আইচিচিয়ে উল্লেখ কৰিছে যে চেম্পিয়নছ ট্ৰফীৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ হ’লে বিশ্বকাপ লীগ টেবুলৰ শীৰ্ষ সাতটা স্থানত অন্ত পেলাব লাগিব।

চেম্পিয়নছ ট্ৰফী হ’ব ২০২৫ চনত। সেই প্ৰতিযোগিতা পাকিস্তানত অনুষ্ঠিত হোৱাৰ কথা। আয়োজক দেশ হিচাপে খেলিব পাকিস্তানে। আৰু ৭টা দলে চেম্পিয়নছ ট্ৰফীত খেলাৰ সুযোগ পাব।

আফগানিস্তানে প্ৰথমবাৰৰ বাবে চেম্পিয়নছ ট্ৰফী খেলিব। আফগানিস্তানে কেতিয়াও চেম্পিয়নছ ট্ৰফীৰ বাবে যোগ্যতা অৰ্জন কৰা নাই। প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাত খেলিব। ৰছিদ খান সেয়ে এই অৰ্হতা লাভ কৰি অতি সুখী। আফগানিস্তানে লাহে লাহে ক্ৰিকেটৰ জগতখনত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক