--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বিশ্বকাপৰ বাংলাদেশ বনাম শ্ৰীলংকাৰ মেচত সংঘটিত হৈছে এটি বিতৰ্কিত ঘটনা। সময়মতে ষ্ট্ৰাইকিং এণ্ডত সাজু নোহোৱাৰ বাবে এটাও বলৰ সন্মুখিন নোহোৱাকৈ উভটি যাব লগা হ’ল শ্ৰীলংকাৰ এঞ্জেলো মেথিউজ। তাৰপাছৰে এই 'টাইম আউট’ক লৈ প্ৰথমবাৰৰ বাবে ক্ৰিকেটজগতত আৰম্ভ হৈছে তীব্ৰ চৰ্চা।

এমচিচিৰ ৪০.১.১ ধাৰাৰ 'টাইম আউট’ আইনত এইদৰে লিখা আছে: উইকেট পতনৰ পাছত নতুন বেটাৰজনে দুই মিনিটৰ ভিতৰত পৰৱৰ্তী বলৰ সন্মখিন হ’ব লাগিব। অন্যথা তেওঁক টাইম আউট ঘোষণা কৰা হ’ব।

১৯৮০ চনত এই নিয়ম সংযোজন কৰা হৈছিল। ২০০০ চনৰ ক’ডত ইয়াক ৩ মিনিটলৈ সংশোধন কৰা হৈছিল যদিও এই বিশ্বকাপৰ খেলৰ পৰিস্থিতিয়ে নতুন বেটছমেনক মাত্ৰ ২ মিনিট সময় দিয়ে। ১৭৭৫ চনত ক্ৰিকেটৰ প্ৰথমখন আইন ছপা হয়। তাত আম্পায়াৰসকলে “এজন বেটাৰ আউট হ’লে আনজনক সোমাবলৈ দুটা মিনিটৰ অনুমতি’’ দিব লাগিব বুলি লিখা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ