--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৫০০ জোপা ড্ৰেগন খেতি আৰু হাজাৰোধিক আদা খেতি বিজ্ঞানসন্মতভাৱে কৰি স্বাৱলম্বন হ'বলৈ সক্ষম হৈছ গোগামুখৰ শশাংকৰ সোণোৱাল।

ডিজিটেল ডেস্ক: ধেমাজিৰ গোগামুখ পাঁচ মাইলত এজন যুৱকে ড্ৰেগন খেতিৰ জৰি‌য়তে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন।


৫০০ জোপা ড্ৰেগন খেতি আৰু হাজাৰোধিক আদা খেতি বিজ্ঞানসন্মতভাৱে কৰি স্বাৱলম্বন হ'বলৈ সক্ষম হৈছ গোগামুখৰ শশাংকৰ সোণোৱাল।


এগৰাকী স্বাস্থ্য বিভাগৰ কৰ্মচাৰী হিচাপে নিজৰ কৰ্তব্য‌ পালন কৰিও আজৰি সময়খিনিত খেতিৰ লগত জড়িত হৈ পৰে শশাংকৰ।


অৱশ্য এই খেতিৰ লগত তেওঁৰ পৰিবাৰ তুলুমণি সোণোৱাল আৰু পৰিয়াল একান্তভাৱে জড়িত হৈ পৰিছে।


বৰ্তমান ড্ৰেগন ফলৰ লগতে শ শ ড্ৰেগন পুলি সংৰক্ষণ কৰা বুলি জানিবলৈ দিয়ে শশাংকৰ সোণোৱালে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন