--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে AS 03 AK 2942। টয়টা গ্লেঞ্জা বাহনখনৰ গোপন স্থানত লুকুৱাই আনিছিল ১৯টা কণ্টেইনাৰত থকা হেৰ'ইনখিনি।

ডিজিটেল ডেস্ক: শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ। আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি নামতি চাৰি আলিত তিনিটা ড্ৰাগছ সৰৱৰাহকাৰীসহ হেৰ'ইন জব্দ কৰে।


নাজিৰা সম-জিলাৰ আৰক্ষী অধীক্ষক তুষাৰ দেশাইৰ সবল নেতৃত্বত নাজিৰা আৰু নামতি আৰক্ষীৰ সহযোগত আমগুৰি দিশৰ পৰা আহি থকা এখন টয়টা গ্লেঞ্জা বাহনত নামতি চাৰিআলিত তালাচী চলোৱাত ধৰা পৰে বৃহৎ পৰিমাণৰ হেৰ'ইনসহ তিনিটা ড্ৰাগছ সৰবৰাহকাৰী।


জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে AS 03 AK 2942। টয়টা গ্লেঞ্জা বাহনখনৰ গোপন স্থানত লুকুৱাই আনিছিল ১৯টা কন্টেনাৰত থকা হেৰ'ইনখিনি। বাহনখনত সন্দেহজনক হেৰ'ইন কঢ়িয়াই অনা তিনিজন যুৱক ক্ৰমে, সন্দীপ সিং, ৰবিন্দ্ৰ সিং আৰু অমৃত কৰ্মকাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।


আৰক্ষীয়ে যুৱক কেইজনৰ পৰা নগদ ধন আৰু তিনিটাকৈ মোবাইল জব্দ কৰে।


ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত নামতি আৰক্ষী থানাত গোচৰ পঞ্জীয়ন হৈছে বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশজুৰি খলকনি! Shazam India-ৰ শীৰ্ষস্থানত ৰিতো ৰিবাৰ ‘দিলৰুবা দিলনশী’
ভাস্বতী ভাৰতীৰ গীত ‘লাহে লাহে’ৰ ভিডিঅ’ মুকলি
নিটি আয়োগৰ ৰাষ্ট্ৰীয় কৰ্মশালাত ‘অভিযান হিচাপে নেতৃত্ব’ শীৰ্ষক কৰ্মযোগী সংকল্পৰ শুভাৰম্ভ কেবিনেট সচিবৰ
দুদিনীয়া কাৰ্যসূচীৰে ২০ নৱেম্বৰত অৰুণাচললৈ আহিব অমিত শ্বাহ
আত্মীয়ক বিদায় দিবলৈ গৈ বন্দে ভাৰত এক্সপ্ৰেছত বন্দী ১২ জন; ১৫০ কিলোমিটাৰ যাত্ৰা কৰি ভৰিলে ৩৬ হাজাৰ টকাৰ জৰিমনা
ডেটিং এপৰ প্ৰেম: কানাডাৰ পৰা ভাৰতলৈ অহা ৬১ বছৰীয়া মহিলাক বিয়া কৰাবলৈ অস্বীকাৰ যুৱকৰ
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী