--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰোহিত শৰ্মাই মুম্বাই ইণ্ডিয়ানছ এৰি চেন্নাই ছুপাৰ কিংছলৈ যাব নেকি?  এনে দাবী ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভ’গানৰ। মুম্বাইৰ অধিনায়ক হিচাপে ৫ বাৰকৈ আই পি এলত জয়লাভ কৰিছে ৰোহিতে। তেওঁ এতিয়া ভাৰতীয় দলৰ অধিনায়ক। সেই ৰোহিতক আঁতৰাই মুম্বাইয়ে হাৰ্দিক পাণ্ডিয়াক অধিনায়ক হিচাপে লৈছিল। তেতিয়াৰ পৰাই ৰোহিতৰ দলৰ পৰা আঁতৰি যোৱাৰ সন্দৰ্ভত জল্পনা-কল্পনা আৰম্ভ হৈছে। 

ৰোহিতক লৈ চলি থকা জল্পনা-কল্পনাৰ সন্দৰ্ভত ভ’গানে কয়, ‘ৰোহিত চেন্নাই দললৈ যাবনে? ধোনিয়ে ঠাই ল’ব? এইবাৰ অধিনায়ক হিচাপে আছে ৰুতুৰাজ গাইকৱাড। হয়তো এবছৰ ধৰি কৰা হৈছে। ঠাইখন ৰোহিতৰ বাবে সংৰক্ষিত। চেন্নাই দলত ৰোহিতক দেখা পাওঁ।" 

মুম্বাইয়ে যে ৰোহিতক নেতৃত্বৰ পৰা অপসাৰণ কৰিছে সেয়াও ভৌগানে মানি ল’ব নোৱাৰে। তেওঁ ক'লে, "মই কৰা হ'লে ৰোহিতক কেপ্তেইন বনালোহেঁতেন।" হাৰ্দিক পুনৰ মুম্বাই দলত, সেয়াই যথেষ্ট আছিল। ভাৰতৰ হৈ টি-২০ দলতো নেতৃত্ব দিব ৰোহিতে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
Advertisement