--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্ষণ আৰু হত্যাৰ ভাবুকি লাভ কৰিলে উৰ্ফী জাভেদে৷ শেহতীয়াকৈ খোলা-মেলা পোছাকেৰে সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰা উৰ্ফিক ধৰ্ষণ আৰু হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন লোক৷

জানিব পৰা মতে, মুম্বাই আৰক্ষীয়ে নবীন গিৰি নামৰ এজন যুৱকক এই সংক্ৰান্তত গ্ৰেপ্তাৰ কৰিছে৷ উৰ্ফীৰ হোৱাটচআপ নাম্বাৰ সংগ্ৰহ কৰি এই ভাবুকি দিছিল নবীনে৷ তাৰপাছতে আৰক্ষীৰ কাষ চাপিছিল অভিনেত্ৰীগৰাকীয়ে৷

বৃহস্পতিবাৰে আৰক্ষীৰ জালত পৰে অভিযুক্ত নবীন৷ নবীনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰা আৰোপ কৰা হৈছে৷

উল্লেখ্যে যে সম্প্ৰতি শাৰিৰীক অসুস্থাতাৰ বাবে ডুবাইৰ এখন হস্পিতালত ভৰ্তি হৈ আছে উৰ্ফী৷ জানিব পৰামতে, লেৰিংজাইটিছ ৰোগত আক্ৰান্ত হৈছে তেওঁ৷

হিন্দী টেলিভিচন অভিনেত্ৰী হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল উৰ্ফীৰে৷ তাৰপাছত বিগ বছতো যোগ দি জনপ্ৰিয় হৈছিল অভিনেত্ৰীগৰাকী৷ তাৰপাছতে উদ্ভট পোছাক পৰিধান কৰি সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰে তেওঁ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement