--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ বডিগাৰ্ডৰ পুত্ৰক চিনেমাত নমাব চলমান খানে। নিজৰ প্ৰযোজিত চিনেমাত বডিগাৰ্ড শ্বৰাৰ পুত্ৰ টাইগাৰক নায়কৰ ৰূপত অভিনয় কৰোৱাব বলিউডৰ ভাইজানে।

জানিব পৰামতে, নতুন ছৱিৰ বাবে চিত্ৰনাট্য সম্পন্ন হৈছে। কিন্তু এতিয়ালৈকে পৰিচালক কোন হ’ব সেয়া সিদ্ধান্ত লোৱা হোৱা নাই। কিন্তু নায়ক হিচাপে নিজৰ বডিগাৰ্ডৰ পুত্ৰকে লোৱাৰ সিদ্ধআন্ত লৈছে চলমানে।

২০১৯ চনৰ পৰা চলমান খানে নিজৰ বডিগাৰ্ডৰ পুত্ৰ টাইগাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ আহিছে। কৈ আহিছে যে ল’ৰাজনৰ প্ৰচুৰ অভিনয়ৰ প্ৰতিভা আছে। 

নায়ক হিচাপে অভিনয়ৰ বাবে প্ৰশিক্ষণো লৈ আছে টাইগাৰে। কেৱল সেয়াই নহয়, টাইগাৰৰ বাবে নায়িকাৰো সন্ধানত আছে চলমান। 

''শ্বেৰাৰ পুত্ৰৰ বাবে উপযক্ত চিত্ৰনাট্য কেৱল মইহে নিৰ্বাচন কৰিব পাৰিম। পাইও গ’লো। এতিয়া কেমেৰাৰ সমুখলৈ অহাৰ পূৰ্বে টাইগাৰক প্ৰশিক্ষণ দি আছো।’’- চলমানে কয়।

উল্লেখ্য যে চলমান অভিনীত ২০১৬ চনৰ চুলতান ছৱিখনতো জড়িত আছিল টাইগাৰ। ছৱিখনত সহঃ পৰিচালক হিচাপে কাম কৰিছিল চলমানৰ বডীগাৰ্ডৰ পুত্ৰ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক