--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ-দীপিকাৰ 'পাঠান’ ছৱিৰ 'বেছৰম ৰং’ গানটোক লৈ উত্তাল হৈ আছে দেশ। বিশেষকৈ  হিন্দুত্ববাদী সংগঠনসমূহে ছৱিখনক বয়কট কৰাৰ আহ্বান জনাইছে। দীপিকাই গানটোত গেৰুৱা ৰঙৰ বিকিনি পিন্ধাৰ বাবেই সংগঠনসমূহৰ ৰোষত পৰিছে তেওঁ।

পাঠানক বয়কট কৰাৰ দাবী চলি থকাৰ সময়তে মুখ খুলিছে জনপ্ৰিয় মডেল পুনম পাণ্ডেই। 'ইনষ্টেণ্ট বলিউড’ নামৰ এটা চেনেলক দিয়া সাক্ষাৎকাৰত দীপিকাৰ বিকিনিক লৈ প্ৰশ্ন কৰা হয়।

''এই সম্পৰ্কে কথা পতাটো এটা মূৰ্খামী। কাৰণটো হৈছে গানটো খুব ভাললগা। দীপিকাক দেখিবলৈ বৰ ধুনীয়া লাগিছে। এইটো এটা খুব ভাল গান। মোৰ প্ৰিয় শ্বাহৰুখকো দেখিবলৈ অত্যন্ত আবেদনময়ী লাগিছে।’’- দীপিকা পাডুকনক সমৰ্থন জনাই পুনমে কয়।

''কোনে এনেকুৱাকৈ ইমান হটনেছ দেখাব পাৰে, পাপ হয় এয়া!’’- শ্বাহৰুখৰ বিষয়ে কৌতুকভৰা হাঁহিৰে পুনমে কয়।

উল্লেখ্য যে বিতৰ্কৰ মাজতে বেছৰম ৰঙে ইউটিউবত মুক্তিৰ ৯ দিনতে ৯৯ মিলিয়ন ভিউজ লাভ কৰিছে। বেছৰম ৰঙৰ পাছত পাঠান ছৱিৰ 'ঝুমে জ’ নামৰ গানটোৱেও মুক্তিৰ অপেক্ষাত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক