--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ধুবুৰী গাছপাৰা গাঁও পঞ্চায়তৰ দ্বাৰা আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত হিন্দী গানৰ তালে তালে যুৱতীয়ে যৌন উদ্দীপক অংগী ভংগীৰে কৰিলে অশ্লীল নৃত্য।

ডিজিটেল ডেস্কঃ ধুবুৰীত স্বাধীনতা দিৱসক চৰম অপমান। ধুবুৰী গাছপাৰা গাঁও পঞ্চায়তে কৰিলে চৰম অপমান। স্বাধীনতা দিৱসৰ গইনা লৈ আৰু সেই একেই নিশা স্বাধীনতা দিৱসৰ মঞ্চত যুৱতীয়ে উদ্দাম নৃত্য কৰি বিয়পাই দিলে অশ্লীলতা। ইয়াকে লৈ সাধাৰণ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে৷


দেশে উলহ-মালহেৰে পালন কৰিলে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। প্ৰতিজন ভাৰতীয়ই শ্ৰদ্ধা জনালে স্বাধীনতা সংগ্ৰামী, বীৰ, শ্বহীদসকলক ৷ কিন্ত এই পবিত্ৰ দিনটোতে ধুবুৰী গাছপাৰা গাঁও পঞ্চায়তৰ দ্বাৰা আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত হিন্দী গানৰ তালে তালে যুৱতীয়ে যৌন উদ্দীপক অংগী ভংগীৰে কৰিলে অশ্লীল নৃত্য। ইয়াকে লৈ সকলোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।


সামাজিক মাধ্যমত অশ্লীল নৃত্য ভাইৰেল হৈ পৰাৰ পাছতে যেন ঘোৰ নিদ্ৰাৰ পৰা সাৰ পালে ধুবুৰী আৰক্ষী।


ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতে আটক অধ্যক্ষসহ দুই শিক্ষক, তিনিগৰাকী পঞ্চায়ত সদস্য। অভিযোগ অনুসৰী চুবুৰীয়া ৰাজ্যৰ কোচবিহাৰৰ পৰা যুৱতী ভাডা় কৰি আনি স্বাধীনতা দিৱসৰ সাংস্কৃতিক অনুষ্ঠানৰ নামত অশ্লীল নৃত্যৰ আয়োজন কৰিছিল আয়োজকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ