--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নিশা একেখন বিচনাত শুবলৈ ১৩ বছৰীয়া ছাত্ৰীক ভয় ভাবুকি ভণ্ড মৌলবী মোকতাৰ হুছেইনৰ।

ডিজিটেল ডেস্ক: অবৈধ আৱাসিক মাদ্ৰাছাত ছাত্ৰীক অপকৰ্ম ভণ্ড মৌলবীৰ। ইয়াকে লৈ নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। 


ধুবুৰীৰ সাহেবগঞ্জ বানাত(ছোৱালী) মাদ্ৰাছাত ভণ্ড মৌলবীৰ ভয়ংকৰ কাণ্ড। এগৰাকী ভণ্ড মৌলবীয়ে ১৩ বছৰীয়া ছাত্ৰীক দিলে অশ্লীল প্ৰস্তাৱ।


নিশা একেখন বিচনাত শুবলৈ ভয় ভাবুকি ভণ্ড মৌলবী মোকতাৰ হুছেইনৰ। 


ছোৱালীগৰাকীয়ে এই কথাত অমান্তি হৈ ঘটনাটো কাষতে থকা স্থানীয় শিৰাজুল শিকাৰী নামৰ লোক এজনক অৱগত কৰে। 


স্থানীয় ৰাইজৰ সহযোগত ভণ্ড মৌলবী মোকতাৰ হুছেইনক আটক কৰি বালাজান আৰক্ষীক গতাই দিয়া হয়।


ঘটনাক গাপ দিয়াৰ চেষ্টা চলাইছে মাদ্ৰাছা পৰিচালনা সমিতিয়ে। পূৰ্বেও মাদ্ৰাছাখনৰ ভিতৰত বহু মাদ্ৰাছা ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল।


মাদ্ৰাছা পৰিচালনা সমিতিয়ে ঘটনাসমূহ গাপ দি অহাৰ অভিযোগ উত্থাপন আহিছে। 


অবৈধভাৱে ছোৱালী মাদ্ৰাছাখন খুলি দীৰ্ঘ বছৰে ছাত্ৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ।


ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। যদিও ভূক্তভোগীৰ পৰিয়ালটোক মেনেজ কৰিবলৈ উঠিপৰি লাগিছে এটি চক্ৰই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন