--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নিহত সেনা গৰাকী ডিগবৈ এন চি চি অফিচত কৰ্মৰত অকেন ডৰিং বুলি জানিব পৰা গৈছে। নিহত সেনা জোৱানজন অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ বুলি আৰক্ষী সুত্ৰে প্ৰকাশ।

ডিজিটেল ডেস্ক: ডিগবৈত ভয়ংকৰ পথ দূৰ্ঘটনা। ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে এজন নিহত।


ডিগবৈ আৰক্ষী থানাৰ পৰা মাত্ৰ দুশ মিটাৰ নিলগৰ তথা আই অ চিৰ প্ৰশাসনিক ভৱনৰ সমীপত বালিভৰ্তি AS23 CC 5455 নম্বৰৰ এখন ডাম্পাৰৰ সৈতে AR11A 5932 নম্বৰৰ ক'লা ৰঙৰ এখন বুলেটৰ সৈতে সংঘটিত সংঘৰ্ষত এজন সেনা জোৱান নিহত হয়।


নিহত সেনা গৰাকী ডিগবৈ এন চি চি অফিচত কৰ্মৰত অকেন ডৰিং বুলি জানিব পৰা গৈছে। নিহত সেনা জোৱানজন অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ বুলি আৰক্ষী সুত্ৰে প্ৰকাশ।


যশোদা হলস্থিত এন চি চি কাৰ্যালয়ৰ পৰা কোৱাৰ্টাৰলৈ যোৱাৰ পথত সংঘটিত হয় পথ দুৰ্ঘটনাটো। ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো।


ডাম্পাৰখনৰ চালক ৰিকি দাসক আটক আৰক্ষীৰ। ডাম্পাৰখনৰ গৰাকীজন মাৰ্ঘেৰিটাৰ বিনু দত্ত বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ