--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গ্ৰেপ্তাৰ হোৱা লোক দুজনে সদৰি কৰা অনুসৰি গৰু ব্যৱসায়ী চাহেব আলীৰ নেতৃত্বত দীৰ্ঘদিনৰে পৰা অঞ্চলটোত চলি আছে এই গো সৰবৰাহ৷

ডিজিটেল ডেস্ক : নগৰবেৰাৰ নিছিলামাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান৷ নিশা আৰক্ষীৰ অভিযানত ১২টা গৰু জব্দ কৰাৰ লগতে দুজনকৈ লোকক গ্ৰেপ্তাৰ৷


মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় গোস্বামীৰ নেতৃত্বত চলে এই অভিযান৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজন ক্ৰমে জাওকাটাদিয়াৰ চাত্তাৰ আলী আৰু মালিবাৰীৰ আবেদ আলীক৷


গ্ৰেপ্তাৰ হোৱা লোক দুজনে সদৰি কৰা অনুসৰি গৰু ব্যৱসায়ী চাহেব আলীৰ নেতৃত্বত দীৰ্ঘদিনৰে পৰা অঞ্চলটোত চলি আছে এই গো সৰবৰাহ৷


ইতিমধ্যে আৰক্ষীয়ে দুই সৰবৰাহকাৰীক জে’ললৈ প্ৰেৰণ কৰাৰ লগতে জব্দকৃত গৰু কেইটা গোশালালৈ প্ৰেৰণৰ দিহা কৰিছে৷


জব্দকৃত গৰুখিনি মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহৰ সন্দেহ কৰা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন