--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ টেলিভিচন জগতৰ আইকনিক টিভি শ্ব’ ‘শক্তিমান’ পুনৰ আহি আছে৷যি আছিল ৯০ৰ দশকৰ ল’ৰা-ছোৱালীৰ প্ৰিয়  ছুপাৰহিৰোৰ চৰিত্ৰ৷ এতিয়া ১৯ বছৰৰ পাছত মুকেশ খান্নাই পুনৰবাৰ অনুৰাগীসকলক শক্তিমানৰ টিজাৰ মুকলি কৰি অনুৰাগীসকলক নষ্টালজিক কৰি তুলিছে৷

অভিনেতা গৰাকীয়ে বহু প্ৰত্যাশিত ‘শক্তিমান’ৰ প্ৰত্যাৱৰ্তনৰ কথা ঘোষণা কৰি নিজৰ ইনষ্টাগ্ৰামত পোষ্টাৰ আৰু টিজাৰ মুকলি কৰাৰ পাছতে অনুৰাগীৰ বিশেষ সঁহাৰি দেখিবলৈ পোৱা গ’ল৷ আইকনিক ছুপাৰহিৰো উভতি অহাৰ বাতৰিয়ে কৌতুহলৰ সৃষ্টি কৰিছে অনুৰাগীৰ মাজত।

অভিনেতা গৰাকীয়ে কয় তেওঁৰ উভতি অহাৰ সময় আহি পৰিছে, যি আছিল প্ৰথম ভাৰতীয় ছুপাৰহিৰো! উভতি অহাৰ সময়ত পুনৰ লৈ আহিছে সত্যৰ জয় অসত্যৰ পৰাজয়।কেৱল ভীষ্ম আন্তঃৰাষ্ট্ৰীয় ইউটিউব চেনেলত উপলব্ধ হ’ব ধাৰাবাহিক খন।ইয়াৰ পূৰ্বে প্ৰথমে ডিডি নেচনেলত ১৯৯৭ চনৰ ১৩ ছেপ্টেম্বৰৰ পৰা ২০০৫ চনৰ ২৭ মাৰ্চলৈকে সম্প্ৰচাৰিত হৈছিল।

ধাৰাবাহিক খনৰ ইনষ্টাগ্ৰামত পোষ্টাৰ আৰু টিজাৰ মুকলি হোৱাৰ পাছতে শৈশৱৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে অনুৰাগীসকল৷ধাৰাবাহিক খনলৈ পূৰ্বৰ দৰেই বিপুল সঁহাৰি দেখুৱাইছে অনুৰাগীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ