--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৯৫ চনত মুক্তি লাভ কৰিছিল ডিলৱালে দুলহানিয়া লে জায়েংগে। ভাৰতীয় বাণিজ্যিক ছবিৰ জগতখনত এই ছবিখনক বহুতে বিশেষ গুৰুত্ব দিয়ে। ছবিখনে শ্বাহৰুখ-কাজলৰ কেৰিয়াৰত এক নতুন সম্ভাৱনা কঢ়িয়াই আনিলে। এই ছবিখনে বলীউডৰ ছবিত প্ৰেমৰ সংজ্ঞা সলনি কৰি দিলে। 

আদিত্য চোপ্ৰাই পৰিচালনা কৰা ‘ডি ডি এল জে’ৰ ২৮ বছৰৰ পাছতো আকৰ্ষণ একেই আছে। বিশেষকৈ নায়ক শ্বাহৰুখে নায়িকা কাজলক কান্ধত তুলি লোৱাৰ দৃশ্যটো দৰ্শকৰ চকুৰ সমুখত। 

কিন্তু এই দৃশ্যটোৰ  শ্বুটিংৰ সময়ত কাজলক কান্ধত তুলি লোৱাৰ সময়ত এক বিশেষ কাণ্ড সংঘটিত হৈছিল। শেহতীয়াকৈ খুলি ভাঙি ক’লে নায়িকাগৰাকীয়ে।

দৃশ্যটোৰ শ্বুটিঙৰ সময়ত  প্ৰথমতে শ্বাহৰুখে ভাবিছিল যে কাজোল সহজেই কান্ধত উঠিব। চিত্ৰগ্ৰহণ হৈ গ’ল, কিন্তু পিছত শ্বাহৰুখৰ গোটেই কান্ধটো ‘লক’ হৈ গ’ল। যদিও কাজলে তাক সেই কথা আগতেই সকীয়াই দিছিল।

অভিনেত্ৰীগৰাকীৰ ভাষাত, "মই সুধিছিলো যে পাৰিবানে? সি কৈছিল যে হয়, পাৰিম। চিন্তা নকৰিবা, মোৰো কম শক্তি নাই। পিছত কান্ধ লক হৈ যায়। বেচেৰা শ্বাহৰুখ!”







FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ