--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী মেট্ৰ’ত সংঘটিত হৈছে এটাৰ পাছত এটাকৈ আজৱ ঘটনা। দুদিন পূৰ্বে দিল্লী মেট্ৰ’ত এগৰাকী যুৱতীয়ে আণ্ডাৰৱেৰ পিন্ধি চৰ্চা লাভ কৰিছিল।

এই ঘটনাৰ পিছতে দিল্লী মেট্ৰ’ত সকলোৰে সন্মুখতে এহাল দম্পতীয়ে ইজনে সিজনক সাৱটি ধৰি চুমা খাই থকা দেখা গৈছে। ইতিমধ্যে এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, যাক দিল্লী মেট্ৰ’ৰ ঘটনাটোৰ ভিডিঅ’ বুলি কোৱা হৈছে।

ভিডিঅ’টোত দেখা গৈছে যে দুজন লোকে ইজনে সিজনক ধৰি আছে। ইজনে সিজনক চুমা খাইছে। মেট্ৰ’ৰ এজন যাত্ৰীয়ে কেমেৰাত বন্দী কৰে দৃশ্য। অৱশ্যে তেওঁলোকৰ ‘ৰোমাঞ্চ’ দৃশ্য যে ৰেকৰ্ড কৰা হৈছে সেই কথা গম পোৱা নাছিল দম্পতীহালে।

দিল্লী মেট্ৰ’ত দম্পতীহালৰ এই মুকলি ‘ৰোমাঞ্চ’ক লৈ ছ’চিয়েল মিডিয়াত প্ৰতিবাদৰ ধুমুহা বৈছে। বহুতে প্ৰশ্ন উত্থাপন কৰিছে, ৰাজহুৱা স্থানত কেনেকৈ ‘ৰোমাঞ্চ’ৰ কথা ভাবিব পাৰে দম্পতীহালে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস