--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ অৰবিন্দ কেজৰিৱাললৈ ইডিয়ে জাৰি কৰিছে চমন৷ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক নৱমবাৰৰ বাবে ইডিয়ে প্ৰেৰণ কৰিলে চমন৷

দিল্লীৰ আবকাৰী নীতিত ধনৰ অনিয়মৰ অভিযোগ সন্দৰ্ভত আন এটা গোচৰ ইডিৰ৷ এই গোচৰ সন্দৰ্ভতে নৱমখন চমন কেজৰিৱাললৈ৷ ২১ মাৰ্চত কেজৰিৱালক হাজিৰ হ’বলৈ নিৰ্দেশ দিছে প্ৰৱৰ্তন সঞ্চালকালয়ে৷ এই ঘটনাৰ পাছতে সৰব হৈ পৰিছে আম আদমী পাৰ্টী৷ ইফালে আজি ইডিৰ চমনৰ বিৰুদ্ধে আপে সম্বোধন কৰে এখন সংবাদমেল৷ ইচ্ছাকৃতভাৱে ইডিয়ে হাৰাশাস্তিৰ কৰাৰ অভিযোগ আম আদমী পাৰ্টীৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে