--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ কেইবা স্থানতো ইডিয়ে তালাচী অভিযান চলায়। এই তালাচী অভিযানৰ সময়ত বৃহৎ পৰিমাণৰ নগদ ধনৰ লগতে বহু বিসংগতিপূৰ্ণ নথি-পত্ৰ উদ্ধাৰ হয়। ইডিয়ে মেচাৰ্ছ মকৰনীয়ান শ্বিপিং এণ্ড লজিষ্টিক প্ৰাইভেট লিমিটেডৰ কাৰ্যালয়ৰ লগতে   ইয়াৰ সঞ্চালক বিজয় কুমাৰ শুক্লা আৰু সঞ্জয় গোস্বামীৰ কাৰ্যালয়ত অভিযান চলায়। 

 উক্ত প্ৰতিষ্ঠানৰ  সহযোগী প্ৰতিষ্ঠান মেচাৰ্ছ লক্ষ্মীটন মেৰিটাইম, মেচাৰ্ছ হিন্দুস্তান ইণ্টাৰনেচনেল, মেচাৰ্ছ ৰাজনন্দিনী মেটালছ লিমিটেড, এম/এছ ষ্টাৱচাৰ্ট এলয় ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ চৌহদতো ইডিয়ে  ফেমা,১৯৯৯ ৰঅধীনত তালাচী চলায়।  মেচৰ্চ ভাগ্যনগৰ লিমিটেড, মেচৰ্চ বিনায়ক ষ্টীলছ লিমিটেড, মেচাৰ্চ বশিষ্ঠ কনষ্ট্ৰাকচনচ প্ৰাইভেট লিমিটেড; আৰু উক্ত প্ৰতিষ্ঠানসমূহৰ পৰিচালক/অংশীদাৰ সন্দীপ গাৰ্গ, বিনোদ কেদিয়া আৰু অন্যান্যসকলৰ দিল্লী, হায়দৰাবাদ, মুম্বাই, কুৰুক্ষেত্ৰ আৰু কলকাতাৰ  বিভিন্ন স্থানত তালাচী চলায়। 

তালাচীৰ সময়ত বিভিন্ন আপত্তিজনক নথিপত্ৰ, ডিজিটেল সঁজুলি আৰু ৱাশ্বিং মেছিনৰ ভিতৰত  ২.৫৪ কোটি টকাৰ নগদ ধন পোৱা গৈছে । দিল্লী, মুম্বাই, হায়দৰাবাদ আৰু কলকাতাত অভিযান চলাই ইডিয়ে ৪৭ টা বেংক একাউণ্ট জব্দ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ