--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোবৰেৰে হোলী খেলিলে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন ডীন কৌশল কিশোৰ মিশ্ৰই। গৰুৰ গোবৰেৰে হোলী খেলি গৰুৰ গোবৰৰ উপকাৰিতাৰ কথা বৰ্ণনা কৰে মিশ্ৰই। 

গৰুৰ গোবৰেৰে হোলী খেলাৰ ভিডিঅ’ও তেওঁ নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত পোষ্ট কৰিছে। মদ খাই নলাত পৰি থকাতকৈ পবিত্ৰ গৰুৰ গোবৰেৰে হোলী খেলাটোৱেই ভাল বুলি তেওঁ কয়। ইয়াৰ ফলত ছালৰ স্বাস্থ্যও উন্নত হ’ব।

ইণ্টাৰনেট মিডিয়াত গৰুৰ গোবৰত পৰি হোলী খেলাৰ ভাইৰেল ভিডিঅ’টোত তেওঁ কৈছে - ''গৰুৰ গোবৰ বিশুদ্ধ। গোবৰেৰে হোলী খেলাৰ সুফল আছে। আমাৰ দেশৰ গাঁৱে-ভূঞে দীৰ্ঘদিন ধৰি গৰুৰ গোবৰেৰে হোলী খেলি আহিছে। পুৰণি কালত গাঁৱে-ভূঞে ৰং, গুলাল আৰু পিচকাৰি পোৱা নাছিল। এই প্ৰাকৃতিক বস্তুবোৰেৰে মানুহে হোলী খেলিছিল।’’

প্ৰাক্তন ডিন কৌশলে কৈছিল যে আমাৰ বয়োজ্যেষ্ঠসকলে কৈছিল যে ‘গৰু গোবৰেৰে মালিচ কৰিলে ছাল গোটেই বছৰটো জিলিকি থাকে। সেয়ে এইবাৰ আমাৰ ঘৰত গৰুৰ গোবৰ লৈ গোটেই পৰিয়ালটোৱে হোলী খেলিলে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement