--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে, এগৰাকী ভাৰতীয় মহিলাই পাকিস্তান দূতাবাসৰ কৰ্মচাৰীসকলৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে। মহিলাগৰাকীয়ে দাবী কৰিছিল যে তেওঁক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এটা প্ৰবন্ধ লিখিবলৈও প্ৰস্তাৱ দিয়া হৈছিল।

যদি দিল্লীস্থিত পাকিস্তানৰ দূতাবাসত এগৰাকী ভাৰতীয় মহিলাৰ যৌন নিৰ্যাতনৰ অভিযোগ প্ৰমাণিত হয়, তেন্তে পাকিস্তানে সেই বিষয়াসকলক উপযুক্ত শাস্তি প্ৰদান কৰিব। বৃহস্পতিবাৰে পাকিস্তান চৰকাৰে এইকথা কৈছিল। পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মুমতাজ জাহৰা বালোচে কৈছিল ,যে পাকিস্তানে এই সকলো বোৰ বিষয় সহ্য নকৰে। সমগ্ৰ বিষয়টোত পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা এটা বিবৃতিও জাৰি কৰা হৈছে।

মুমতাজে কয়, "আমাৰ দূতাবাসলৈ অহা কোনো ব্যক্তিৰ সৈতে আমি দুৰ্ব্যৱহাৰ গ্ৰহণ নকৰোঁ। এই অভিযোগ শুনি আমি হতবাক হৈছো। অভিযোগপ্ৰমাণিত হ'লে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমাৰ সকলো কূটনৈতিক কৰ্মচাৰীক পেছাদাৰী আচৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ''

অভিযোগকাৰী  মহিলাগৰাকীয়ে জনাইছিল যে,  পাকিস্তান দূতাবাসৰ এজন বিষয়াই তেওঁক চৰ্ত হিচাপে পাকিস্তান ভ্ৰমণৰ বাবে ভিছা প্ৰদান কৰিছিল। তেওঁ এইটোও দাবী কৰিছিল যে বিষয়াজনে যৌন ইংগিত দিছিল আৰু তেওঁৰ ইংগিত স্পষ্ট আছিল। ইয়াৰোপৰি মহিলাগৰাকীয়ে জনাইছিল যে  তেওঁক ভাৰত আৰু কাশ্মীৰৰ বিৰুদ্ধেও প্ৰবন্ধ লিখিবলৈ কোৱা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক