--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিগ বছৰৰ অংশগ্ৰহণকাৰী উৰ্ফি জাভেদৰ খং উঠিছে৷ শেহতীয়াকৈ মহাৰাষ্ট্ৰ বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী  চিত্ৰা কিশোৰ ৱাঘেই উৰ্ফি জাভেদৰ বিৰুদ্ধে  "অশ্লীলতা" বিয়পোৱাৰ অভিযোগ উত্থাপন কৰিছিল।এই কথাতে ক্ষুদ্ধ হৈ পৰিছে উৰ্ফি ৷ সেয়ে এতিয়া নিজৰ সন্মান ৰক্ষাৰ যুঁজত নামি পৰিছে অনৱৰতে অশ্লীল ভংগীত ছবি উঠা অভিনেত্ৰীগৰাকীয়ে৷ 


উৰ্ফি জাভেদে মহাৰাষ্ট্ৰৰ বিজেপি নেত্ৰী  চিত্ৰা কিশোৰ ৱাঘেৰ বিৰুদ্ধে পোনপটীয়া 'যুদ্ধ' ঘোষণা কৰি  চিত্ৰাৰ বিৰুদ্ধে অভিযোগ লৈ মহাৰাষ্ট্ৰ মহিলা আয়োগৰ কাষ চাপিল। আয়োগৰ অধ্যক্ষ ৰূপালী চকাংকৰক সাক্ষাৎ কৰাৰ পিছত উৰ্ফিয়ে দাবী কৰে যে চিত্ৰাৰ মন্তব্য তেওঁৰ সন্মান হানি হৈছে৷ বহুতে তেওঁক ছ’চিয়েল মিডিয়াত কটু সমালোচনা কৰিছে৷ 


শেহতীয়াকৈ চিত্ৰ বনাম উৰ্ফিৰ 'যুদ্ধ'ই ছচিয়েল মিডিয়া গৰম কৰি ৰাখিছে৷  বিজেপি নেত্ৰী  চিত্ৰাই আনকি উৰ্ফিৰ বিৰুদ্ধে "অশ্লীলতা" বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁক গ্ৰেপ্তাৰৰো  দাবী জনাইছিল। অৱশ্যে উৰ্ফিয়ে 'গান্ধীগিৰি'ৰ পথতে আগুৱাই যাব বুলি কৈ   চিত্ৰাক উদ্দেশ্যি লিখিছিল 'আই লাভ ইউ'। কিন্তু এইবাৰ উৰ্ফি যেন খঙত পুনৰ ফাটি পৰিল৷  


অভিনেত্ৰীগৰাকীৰ  অধিবক্তা নীতিন সতপুতে দাবী কৰিছে, "চিত্ৰা ৱাঘেই উৰ্ফি জাভেদক ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। যেতিয়া শাসকীয় দলৰ এগৰাকী নেত্ৰীয়ে  এনে  ভাবুকি প্ৰদান কৰে, ইয়াৰ অৰ্থ হৈছে যে ইয়াত চৰকাৰৰ সমৰ্থন আছে। এনে মন্তব্যই উৰ্ফিৰ ক্ষতি কৰিব পাৰে। আমি ৱাঘেৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ কাষ চাপিম, যাতে তেওঁ উৰ্ফিৰ বিষয়ে ভৱিষ্যতে এনে মন্তব্য নকৰে। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক