--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডিপ্ৰেছনে আজিকালি সকলোকে নিজৰ কবলত লৈছে আৰু এতিয়া এজন নিৰাপত্তাৰক্ষী বিষয়াও হতাশাৰ কৱলত পৰিছে। প্ৰতিবেদন অনুসৰি, ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থাৰ গৱেষণা আৰু বিশ্লেষণ শাখাৰ এজন বিষয়াই দিল্লীৰ নিজেই কাৰ্যালয়ৰ দশম মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰিছে।

এই ক্ষেত্ৰত দিল্লী আৰক্ষীয়ে কয় যে এইজন RAW বিষয়াই দীৰ্ঘদিন ধৰি মানসিক চাপত ভুগি আছিল। আৰক্ষীয়ে জনোৱা মতে, লোধি কলনীত অৱস্থিত RAW কার্যালয়ৰ পৰা অজ্ঞাত কাৰণত বিষয়াজনে দশম মহলাৰ পৰা জপিয়াই পৰা বুলি তথ্য লাভ কৰে৷ পকাত পৰি কিছু সময়ৰ পাছতে তেওঁৰ মৃত্যু হয়।

আৰক্ষীয়ে জনোৱা মতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে, যোৱা কেইদিনমানৰ পৰা বিষয়াজন মানসিক চাপত আছিল বুলি কোৱা হৈছে। বৰ্তমান উক্ত বিষয়টো সকলো দিশৰ পৰা তদন্ত কৰা হৈছে কাৰণ তেওঁ আছিল অতি গুৰুত্বপূৰ্ণ এজেন্সীৰ বিষয়া।

উল্লেখযোগ্য যে RAW হৈছে চোৰাংচোৱা পদ্ধতিৰে কাম কৰা এজেন্সী। এই এজেন্সী এনেকুৱা য’ত কাম কৰা বিষয়াজনৰ বিষয়ে কাৰো হাতত কোনো তথ্য নাথাকে। ই মূলতঃ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে কাম কৰে আৰু বিশ্বৰ প্ৰায় সকলো দেশতে ইয়াৰ এজেণ্ট আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক